১৪০ গৰাকী JE/AES ৰোগীক হাস্পতালত চিকিৎসাধীন, হিমন্ত বিশ্ব শৰ্মাৰ তথ্য প্ৰকাশ

এইসকল ৰোগীৰ ভিতৰত ১০৩ গৰাকী চৰকাৰী খণ্ড আৰু ৩৭ গৰাকী ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।

News18-Assam
Updated:July 11, 2019, 10:47 AM IST
১৪০ গৰাকী JE/AES ৰোগীক হাস্পতালত চিকিৎসাধীন, হিমন্ত বিশ্ব শৰ্মাৰ তথ্য প্ৰকাশ
এইসকল ৰোগীৰ ভিতৰত ১০৩ গৰাকী চৰকাৰী খণ্ড আৰু ৩৭ গৰাকী ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।
News18-Assam
Updated: July 11, 2019, 10:47 AM IST
জাপানীজ এনচেফেলাইটিছ(JE) আৰু এনচেফেলাইটিছ সদৃশ ৰোগ(AES)ৰ প্ৰাৰ্দূভাৱ হ্ৰাস পাইছে কিন্তু ৰোগীসকলৰ চিকিৎসাৰ যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে চিকিৎসালয়ত। মুঠ ১৪০ গৰাকী JE/AES ৰোগীক হাস্পতালত চিকিৎসাধীন হৈ আছে। এইসকল ৰোগীৰ ভিতৰত ১০৩ গৰাকী চৰকাৰী খণ্ড আৰু ৩৭ গৰাকী ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসাধীন হৈ আছে।১৪০ গৰাকী ৰোগীৰ ভিতৰত ৪০ গৰাকী ICU আৰু ১০ গৰাকী ভেণ্টিলেটৰ ব্যৱস্থাৰ সৈতে ICU ভৰ্তি হৈ আছে। ছচিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 






 


আৰু চাওক পৰৱৰ্তী বাতৰি