• Home
  • »
  • News
  • »
  • assam
  • »
  • Kokrajhar : ''বদৰুদ্দিন আজমলৰ দলে কেতিয়াও দেশী জনগোষ্ঠীয় লোকৰ ওচৰত থিয় হ'ব নোৱাৰে''- কোকৰাঝাৰত জয়ন্ত মল্ল বৰুৱা

Kokrajhar : ''বদৰুদ্দিন আজমলৰ দলে কেতিয়াও দেশী জনগোষ্ঠীয় লোকৰ ওচৰত থিয় হ'ব নোৱাৰে''- কোকৰাঝাৰত জয়ন্ত মল্ল বৰুৱা

ভূ–মাফিয়াৰ আক্ৰমণত নিহত হোৱা ছপিলুদ্দিন শ্বেখৰ পৰিয়ালক পাঁচ লাখ টকাৰ চেক প্ৰদান কৰি এই কথা কয় বৰুৱাই

  • Share this:
কোকৰাঝাৰৰ কেবিনেট বৈঠকৰ পিছত বিলাসীপাৰাৰ বেলতলী উপৰটাৰীত ভূ–মাফিয়াৰ আক্ৰমণত নিহত হোৱা ছপিলুদ্দিন শ্বেখৰ পৰিয়ালৰ কাষত থিয় হয় ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

মন্ত্ৰীগৰাকীয়ে মৃত ছপিলুদ্দিনৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে আৰু মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা পাঁচ লাখ টকাৰ চেক পৰিয়ালক প্ৰদান কৰে।

প্ৰসংগক্ৰমে পৰ্যটন মন্ত্ৰীগৰাকীয়ে কয়– বদৰুদ্দিন আজমলৰ দলে কেতিয়াও দেশী জনগোষ্ঠীয় লোকৰ ওচৰত থিয় হ'ব নোৱাৰে| কিয়নো এ আই ইউ ডি এফ দলৰ ভোট বেংক হ'ল অনুপ্ৰৱেশকাৰী মুছলমান|
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি