যতীন বৰাৰ সৈতে ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেকি জুবিন গাৰ্গৰ? জুবিন গাৰ্গে ক’লে– যতীন বিজেপিৰ মানুহ

যতীন বৰাৰ সৈতে ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেকি জুবিন গাৰ্গৰ?
যতীন বৰাৰ সৈতে ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেকি জুবিন গাৰ্গৰ?
- News18 Assam
- Last Updated: February 25, 2020, 9:58 AM IST
জুবিন গাৰ্গে কয় যে, ‘যতীন বিজেপিৰ মানুহ, গতিকে তেনেকৈ ক’বই। কিন্তু প্ৰকৃত শিল্পীয়ে তেনেধৰণৰ কথা নকয়। আগলৈ যাতে যতীনে তেনে ধৰণৰ কথা নকয়।’