যতীন বৰাৰ সৈতে ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেকি জুবিন গাৰ্গৰ? জুবিন গাৰ্গে ক’লে– যতীন বিজেপিৰ মানুহ

News18 Assam | News18-Assam
Updated:February 25, 2020, 9:58 AM IST
যতীন বৰাৰ সৈতে ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেকি জুবিন গাৰ্গৰ? জুবিন গাৰ্গে ক’লে– যতীন বিজেপিৰ মানুহ
যতীন বৰাৰ সৈতে ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেকি জুবিন গাৰ্গৰ?

যতীন বৰাৰ সৈতে ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেকি জুবিন গাৰ্গৰ?

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি ক্ৰমাৎ দুৰত্ব বৃদ্ধি পাইছে নেকি যতীন বৰা আৰু জুবিন গাৰ্গৰ মাজত? নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ আৰু চলচিত্ৰ উদ্যোগটোক ক্ষতি কৰিছে বুলি যতীন বৰাই কৰা মন্তব্যক উভতি ধৰিছে জুবিন গাৰ্গে।

জুবিন গাৰ্গে কয় যে, ‘যতীন বিজেপিৰ মানুহ, গতিকে তেনেকৈ ক’বই। কিন্তু প্ৰকৃত শিল্পীয়ে তেনেধৰণৰ কথা নকয়। আগলৈ যাতে যতীনে তেনে ধৰণৰ কথা নকয়।’
আৰু চাওক
পৰৱৰ্তী বাতৰি