জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ আৰু এগৰাকী লোকৰ মৃত্যু

নলবাৰীত JEত আক্ৰান্ত হৈ মৃত্যু এগৰাকী বৃদ্ধাৰ। মৃত বৃদ্ধাগৰাকী নলবাৰীৰ নান্নাগাঁৱৰ সৰলা কলিতা। 

News18-Assam
Updated:July 14, 2019, 5:12 PM IST
জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ আৰু এগৰাকী লোকৰ মৃত্যু
নলবাৰীত JEত আক্ৰান্ত হৈ মৃত্যু এগৰাকী বৃদ্ধাৰ। মৃত বৃদ্ধাগৰাকী নলবাৰীৰ নান্নাগাঁৱৰ সৰলা কলিতা। 
News18-Assam
Updated: July 14, 2019, 5:12 PM IST
জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ আৰু এগৰাকী লোকৰ মৃত্যু। নলবাৰীত JEত আক্ৰান্ত হৈ মৃত্যু এগৰাকী বৃদ্ধাৰ। মৃত বৃদ্ধাগৰাকী নলবাৰীৰ নান্নাগাঁৱৰ সৰলা কলিতা। ৩০ জুনত হাস্পতালত ভৰ্তি কৰাইছিল বৃদ্ধাগৰাকীক। চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ এখন হাস্পতালত। শনিবাৰে বৃদ্ধাগৰাকীক ঘৰলৈ লৈ গৈছিল পৰিয়ালে।
আৰু চাওক পৰৱৰ্তী বাতৰি