ৰাজ্যত ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনচেফেলাইটিছে

২৪ ঘণ্টাত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ দুজনৰ মৃত্যু।

news18assam
Updated:July 1, 2019, 1:14 PM IST
ৰাজ্যত ক্ৰমাৎ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনচেফেলাইটিছে
২৪ ঘণ্টাত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ দুজনৰ মৃত্যু।
news18assam
Updated: July 1, 2019, 1:14 PM IST
ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জাপানী এনচেফেলাইটিছে। ২৪ ঘণ্টাত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ দুজনৰ মৃত্যু। বজালীৰ পাছত দৰঙত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত এগৰাকী বৃদ্ধৰ মৃত্যু। মৃত বৃদ্ধগৰাকী সমলা গাঁৱৰ কৃষ্ণ চলিহা। ৯দিনে GNRC ত চিকিৎসাধীন হৈ আছিল বৃদ্ধগৰাকী।বজালীৰ বাগনাতো জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে এগৰাকী ছাত্ৰী। বিগত দুই সপ্তাহত জাপানীজ  এনচেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে  ২২ জনৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও চিকিৎসাধীন হৈ আছে জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত বহুজন।
আৰু চাওক পৰৱৰ্তী বাতৰি