কাৰ্বি পাহাৰতো জাপানীজ এনচেফেলাইটিছৰ আতংক, চিকিৎসাধীন বহুজন

ডিফুতো এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে কেইবাগৰাকীও লোক।

News18-Assam
Updated:July 10, 2019, 10:19 AM IST
কাৰ্বি পাহাৰতো জাপানীজ এনচেফেলাইটিছৰ আতংক, চিকিৎসাধীন বহুজন
ডিফুতো এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে কেইবাগৰাকীও লোক।
News18-Assam
Updated: July 10, 2019, 10:19 AM IST
কাৰ্বি পাহাৰতো জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈছে বকলীয়াঘাটৰ এগৰাকী টেট শিক্ষক। আক্ৰান্ত হোৱা হালধিআটি গাঁৱৰ টেট শিক্ষকজনৰ নাম অভিষেক তিৱাৰী। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে তিৱাৰী। ডিফুতো এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে কেইবাগৰাকীও লোক।
আৰু চাওক পৰৱৰ্তী বাতৰি