• Home
  • »
  • News
  • »
  • assam
  • »
  • কেবক লৈ উত্তপ্ত ৰাজ্য, জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ স্থগিত

কেবক লৈ উত্তপ্ত ৰাজ্য, জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ স্থগিত

Source-Google

Source-Google

১৫ ডিচেম্বৰত গুৱাহাটীলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসীয়ে কৰিছে তীব্ৰ প্ৰতিবাদ। জনসাধাৰণে কোনো কাৰণতে মানি নলয় অসমীয়া ভাষা–সংস্কৃতিৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়ক। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য ৰাখি জাপানৰ প্ৰধানমন্ত্ৰীয়ে বাতিল কৰিছে গুৱাহাটী ভ্ৰমণৰ কাৰ্যসূচী। নিৰাপত্তাজনিত কাৰণত স্থগিত কৰিছে ভ্ৰমণ । ১৫ ডিচেম্বৰত গুৱাহাটীলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী। ইতিমধ্যে
বিদেশ মন্ত্ৰালয়ে নিশ্চিত কৰিলে এই কথা।
First published: