জনতা ভৱনৰ বড়োলেণ্ড কল্যাণ বিভাগৰ ছিনিয়ৰ এছিচটেণ্ট সীমা দেৱী আৰক্ষীৰ জালত।
জনতা ভৱনৰ বড়োলেণ্ড কল্যাণ বিভাগৰ ছিনিয়ৰ এছিচটেণ্ট সীমা দেৱী আৰক্ষীৰ জালত।
- উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ কৰ্মচাৰী।
- জনতা ভৱনৰ বড়োলেণ্ড কল্যাণ বিভাগৰ ছিনিয়ৰ এছিচটেণ্ট আৰক্ষীৰ জালত পৰিছে।
- মহিলা কৰ্মচাৰীগৰাকীক Vigilance and Anti Corruptionয়ে আটক কৰে ৷
- চাৰি হাজাৰ টকা উৎকোচ লওতেই হাতে লুটে ধৰা পৰিল কৰ্মচাৰীগৰাকী।
- জনতা ভৱনৰ ডি ব্লকৰ তৃতীয় মহলাৰ পৰা আটক কৰা হৈছে। কৰ্মচাৰীগৰাকীয়ে উৎকোচ হিচাপে বিচাৰিছিল ১০ হাজাৰ বিচাৰিছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
সবিশেষ শীঘ্ৰেই...
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|