• Home
  • »
  • News
  • »
  • assam
  • »
  • জালুকবাৰী থানাৰ আৰক্ষী বিষয়া মণিৰাম কলিতা সুস্থ হৈ আহি আকৌ আক্ৰান্ত কোৰোণাত

জালুকবাৰী থানাৰ আৰক্ষী বিষয়া মণিৰাম কলিতা সুস্থ হৈ আহি আকৌ আক্ৰান্ত কোৰোণাত

বৰ্তমান জালুকবাৰী আৰক্ষী থানা আৰু যানবাহন শাখাৰ মুঠ ৮গৰাকীকৈ আৰক্ষী জোৱান কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে।

  • Share this:
মহানগৰীৰ কৰ'ণাৰ ভয়াৱহ ৰূপ। জালুকবাৰী আৰক্ষী থানাৰ ক'ভিড সুস্থ আৰক্ষী বিষয়া পুণৰ কৰ'ণাত আক্ৰান্ত। ASI মণিৰাম কলিতা পুণৰ আক্ৰান্ত হৈছে ক'ভিড-১৯ত। জ্বৰত ভুগি থকা আৰক্ষী বিষয়াগৰাকীয়ে স্বাৱ পৰীক্ষা কৰিছিল। তাৰ পিছতে ধৰা পৰে তেখেতৰ দেহত ক'ভিড-১৯ৰ উপস্থিতি।

যোৱা কিছুদিন পূৰ্বে কৰ'ণামুক্ত হৈ কৰ্মত নিয়োজিত হৈছে ASI কলিতা।কিন্তু এতিয়া পুণৰ তেখেত কৰ'ণা পজিটিভ বুলি চিনাক্ত হৈছে। সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মণিৰাম কলিতাক। ইফালে জালুকবাৰী আৰক্ষী থানাৰ দীপক কাকতি নামৰ এগৰাকী কনিষ্ঠবলো কৰ'ণাত আক্ৰান্ত। সম্প্ৰতি জালুকবাৰী আৰক্ষী থানা আৰু যানবাহন শাখাৰ মুঠ ৮গৰাকীকৈ আৰক্ষী জোৱান কৰ'ণাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে।
First published: