জাহ্নৱীৰ বাবে জেল খাটিছিল চিকিৎসক স্বামীয়ে

বনকৰা ছোৱালীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল জাহ্নৱীয়ে, প্ৰাণময় ৰাজগুৰুক ভাতৃ বুলি চিনাকী কৰি কৰি দিছিল স্বামীক।

news18assam
Updated:May 17, 2019, 3:11 PM IST
জাহ্নৱীৰ বাবে জেল খাটিছিল চিকিৎসক স্বামীয়ে
বনকৰা ছোৱালীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল জাহ্নৱীয়ে, প্ৰাণময় ৰাজগুৰুক ভাতৃ বুলি চিনাকী কৰি কৰি দিছিল স্বামীক।
news18assam
Updated: May 17, 2019, 3:11 PM IST
জুৰোড কাণ্ডক নিন্দা জাহ্নৱী শইকীয়াৰ চিকিৎসক স্বামীৰ। 
‘মোৰ পত্নী বুলি নহয় নাগৰিক হিচাপে কৈছো আইনে যি শাস্তি দিয়ে সেই শাস্তি পোৱাটো উচিত। ১১বছৰে জাহ্নৱীৰ লগত শাৰীৰিক বা মানসিকভাৱে কোনো সংযোগ নাই।’
- সংবাদমাধ্যমৰ জৰিয়তে এই মন্তব্য চিকিৎসক স্বামীৰ।
দাদা বুলি প্ৰাণময় ৰাজগুৰুৰ সৈতে মোক প্ৰথমে চিনাকি কৰি দিছিল জাহ্নৱীয়ে। আমাৰ ঘৰত বনকৰা ছোৱালীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ বাবে মই জাহ্নৱীক বাধা দিছিলো। সেই বাধাৰ মাজতে মোৰ অসাৱধানবশত মোৰ গাড়ীৰ ছাবি নাকত লাগি গৈছিল। যাৰ বাবে জাহ্নৱীয়ে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু মই ৪ দিনৰ বাবে জেল খাটিছিলো।

.quote-box { font-size: 18px; line-height: 28px; color: #767676; padding: 15px 0 0 90px; width:70%; margin:auto; position: relative; font-style: italic; font-weight: bold; } .quote-box img { position: absolute; top: 0; left: 30px; width: 50px; } .special-text { font-size: 18px; line-height: 28px; color: #505050; margin: 20px 40px 0px 100px; border-left: 8px solid #ee1b24; padding: 10px 10px 10px 30px; font-style: italic; font-weight: bold; } .quote-box .quote-nam{font-size:16px; color:#5f5f5f; padding-top:30px; text-align:right; font-weight:normal} .quote-box .quote-nam span{font-weight:bold; color:#ee1b24} @media only screen and (max-width:740px) { .quote-box {font-size: 16px; line-height: 24px; color: #505050; margin-top: 30px; padding: 0px 20px 0px 45px; position: relative; font-style: italic; font-weight: bold; } .special-text{font-size:18px; line-height:28px; color:#505050; margin:20px 40px 0px 20px; border-left:8px solid #ee1b24; padding:10px 10px 10px 15px; font-style:italic; font-weight:bold} .quote-box img{width:30px; left:6px} .quote-box .quote-nam{font-size:16px; color:#5f5f5f; padding-top:30px; text-align:right; font-weight:normal} .quote-box .quote-nam span{font-weight:bold; color:#ee1b24} }
আৰু চাওক পৰৱৰ্তী বাতৰি