ষষ্ঠ মহলাৰ পৰা ৰহস্যজনকভাৱে পৰি মৃত্যু জোৱানজনৰ। মৃত জোৱানজন মধ্য প্ৰদেশৰ মণিৰাম।
ষষ্ঠ মহলাৰ পৰা ৰহস্যজনকভাৱে পৰি মৃত্যু জোৱানজনৰ। মৃত জোৱানজন মধ্য প্ৰদেশৰ মণিৰাম।
মহানগৰীৰ গেম ভিলেজত অট্টালিকাৰ পৰা পৰি মৃত্যু ITBPৰ জোৱানৰ। ষষ্ঠ মহলাৰ পৰা ৰহস্যজনকভাৱে পৰি মৃত্যু জোৱানজনৰ। মৃত জোৱানজন মধ্য প্ৰদেশৰ মণিৰাম। মণিৰাম আছিল ৩৩নং বেটেলিয়ানৰ কনিষ্টবল। ইউনিট মেডিকেলত চিকিৎসাধীন আছিল মণিৰাম।
মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে বশিষ্ঠ আৰক্ষীয়ে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|