உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গুৱাহাটীত অট্টালিকাৰ পৰা পৰি মৃত্যু ITBPৰ জোৱানৰ

    গুৱাহাটীত অট্টালিকাৰ পৰা পৰি মৃত্যু ITBPৰ জোৱানৰ

    ষষ্ঠ মহলাৰ পৰা ৰহস্যজনকভাৱে পৰি মৃত্যু জোৱানজনৰ। মৃত জোৱানজন মধ্য প্ৰদেশৰ মণিৰাম।

    ষষ্ঠ মহলাৰ পৰা ৰহস্যজনকভাৱে পৰি মৃত্যু জোৱানজনৰ। মৃত জোৱানজন মধ্য প্ৰদেশৰ মণিৰাম।

    ষষ্ঠ মহলাৰ পৰা ৰহস্যজনকভাৱে পৰি মৃত্যু জোৱানজনৰ। মৃত জোৱানজন মধ্য প্ৰদেশৰ মণিৰাম।

    • Share this:
      মহানগৰীৰ গেম ভিলেজত অট্টালিকাৰ পৰা পৰি মৃত্যু ITBPৰ জোৱানৰ। ষষ্ঠ মহলাৰ পৰা ৰহস্যজনকভাৱে পৰি মৃত্যু জোৱানজনৰ। মৃত জোৱানজন মধ্য প্ৰদেশৰ মণিৰাম। মণিৰাম আছিল ৩৩নং বেটেলিয়ানৰ কনিষ্টবল। ইউনিট মেডিকেলত চিকিৎসাধীন আছিল মণিৰাম।
      মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে বশিষ্ঠ আৰক্ষীয়ে।
      First published: