অভিশপ্ত অগ্নিকাণ্ড ঘটনাই অতিক্ৰম কৰিলে ১১ দিন, দুচকুত চকুপানী লৈ সকলোৱে সুঁৱৰিলে ঈশান, ইভানক

News18 Assam | News18-Assam
Updated:February 2, 2020, 8:10 PM IST
অভিশপ্ত অগ্নিকাণ্ড ঘটনাই অতিক্ৰম কৰিলে ১১ দিন, দুচকুত চকুপানী লৈ সকলোৱে সুঁৱৰিলে ঈশান, ইভানক
কোনে পাহৰিব সেই অভিশপ্ত দিনটোৰ কথা!

কোনে পাহৰিব সেই অভিশপ্ত দিনটোৰ কথা!

  • Share this:
কোনে পাহৰিব সেই অভিশপ্ত দিনটোৰ কথা।  বেলতলাৰ ৱায়াৰলেছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা কণমানি ভাতৃদ্বয় ঈশান আৰু ইভানে আজিও আমনি কৰে সকলোকে। মুহূৰ্তৰ ভিতৰতে হেৰাই গৈছিল দুটাকৈ অবুজ কণমানি।  নৱগ্ৰহত শোকাকুল পৰিৱেশৰ মাজত  দুৰ্ভগীয়া পিতৃয়ে কৰিবলগীয়া হৈছিল মুখাগ্নি। নিথৰ দেহত গুজি দিছিল চকলেট, গোলাপ ফুল। অভিশপ্ত সেই দিনটোৱে আজি অতিক্ৰম কৰিলে ১১ টা দিন ৷ দেওৱাৰে ১১ দিন উপলক্ষে ঈশান আৰু ইভানক শ্ৰদ্ধাৰে সুঁৱৰিলে পৰিয়াল লোকে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি