• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি মুকলি কৰা হ’ব নে ম’বাইল ইণ্টাৰনেট সেৱা? গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ বৈঠকত কি সিদ্ধান্ত লোৱা হ’ল?

আজি মুকলি কৰা হ’ব নে ম’বাইল ইণ্টাৰনেট সেৱা? গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ বৈঠকত কি সিদ্ধান্ত লোৱা হ’ল?

Source-Google

Source-Google

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিয়লি ৫ বজাৰ ভিতৰত ইণ্টাৰনেট সেৱা মুকলি দিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছিল

  • Share this:
আইন–শৃংখলাৰ দোহাই দি ৰাজ্য চৰকাৰে ৮ দিন ম’বাইল ইণ্টাৰনেট বন্ধ কৰি ৰখাৰ পিছত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিয়লি ৫ বজাৰ ভিতৰত ইণ্টাৰনেট সেৱা মুকলি দিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলে ইণ্টাৰনেট সেৱা ৰাজ্যত মুকলি কৰিব পৰা যাব নে নাই সেইলৈ এখন বৈঠকত মিলিত হৈছে। বৈঠকৰ পিছতে ৰাজ্যত ইণ্টাৰনেট সেৱা মুকলি কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
Published by:Himangshu Bhuyan
First published: