• Home
  • »
  • News
  • »
  • assam
  • »
  • Bank Holiday: হোলীৰ দিনা সকলো ৰাজ্যতে বেংক বন্ধ নাই, অসমত বন্ধ আছে নে নাই জানক ?

Bank Holiday: হোলীৰ দিনা সকলো ৰাজ্যতে বেংক বন্ধ নাই, অসমত বন্ধ আছে নে নাই জানক ?

ফাকুৱাৰ দিনা গুজৰাট, মিজোৰাম, মধ্য প্ৰদেশ, চণ্ডিগড়, উত্তৰাখণ্ড, ছিকিম, অসম, তেলেংগানা, ৰাজস্থান, জম্মু, উত্তৰ প্ৰদেশ, বংগ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, নতুন দিল্লী, গোৱা, বিহাৰ, ছত্তীশগড়, মেঘালয়, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰত ১৮ মাৰ্চত (শুক্ৰবাৰে) বেংকসমূহ বন্ধ থাকিব।

  • Share this:
এনে নহয় যে ভাৰতৰ প্ৰতিখন ৰাজ্যতে হোলী বা ফাকুৱাৰ দিনটো বেংকৰ বন্ধৰ দিন, কিন্তু হয় বেছিভাগ ৰাজ্যতে হোলীৰ দিনটো বেংক বন্ধ হিচাপে পালন কৰা হ'ব। হোলী (Holi) হৈছে এক জনপ্ৰিয় ভাৰতীয় উৎসৱ যাক এই বছৰ সমগ্ৰ দেশতে ১৮ মাৰ্চ, ২০২২ তাৰিখে উদযাপন কৰা হ'ব।

ফাকুৱাৰ দিনা গুজৰাট, মিজোৰাম, মধ্য প্ৰদেশ, চণ্ডিগড়, উত্তৰাখণ্ড, ছিকিম, অসম, তেলেংগানা, ৰাজস্থান, জম্মু, উত্তৰ প্ৰদেশ, বংগ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, নতুন দিল্লী, গোৱা, বিহাৰ, ছত্তীশগড়, মেঘালয়, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰত ১৮ মাৰ্চত (শুক্ৰবাৰে) বেংকসমূহ বন্ধ থাকিব। গতিকে কাইলৈ অসমত বেংকৰ কাম-কাজ বন্ধ থাকিব।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি