মুখ্যপৃষ্ঠা »খবৰ »অসম »Anand Mishra: কলিয়াবৰত দুৰ্ঘটনাত পতিত আনন্দ মিশ্ৰ, জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি

Anand Mishra: কলিয়াবৰত দুৰ্ঘটনাত পতিত আনন্দ মিশ্ৰ, জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি

 জখলাবন্ধাৰ বাঘজানত এটা গৰুক খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় আনন্দ মিশ্ৰ

জখলাবন্ধাৰ বাঘজানত এটা গৰুক খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় আনন্দ মিশ্ৰ

জখলাবন্ধাৰ বাঘজানত এটা গৰুক খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় আনন্দ মিশ্ৰ

  • Share this:
কলিয়াবৰত দুৰ্ঘটনাত পতিত আনন্দ মিশ্ৰ। President's Colors to Assam Police শীৰ্ষক RUN OF PRIDE ৰ নেতৃত্ব বহন কৰা আই পি এছ আনন্দ মিশ্ৰ জখলাবন্ধাৰ ৰাজপথত দুৰ্ঘটনাত পতিত হয়।

ৰান অফ প্ৰাইড ৰেলীৰ জৰিয়তে কাজিৰঙা দিশৰ পৰা কলিয়াবৰৰ দিশে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।

জানিব পৰা মতে, জখলাবন্ধাৰ বাঘজানত এটা গৰুক খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় আনন্দ মিশ্ৰ (Anand Mishra)। দুৰ্ঘটনাৰ পিছত লগে লগে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহত আনন্দ মিশ্ৰক । সূত্ৰ অনুসৰি, প্ৰাথমিক চিকিৎসাৰ অন্তত আৰক্ষী বিষয়াগৰাকী সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

শেহতীয়া বাতৰি