
আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।
আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।
- সোণাৰিত IPLৰ নামত বৃহৎ জুৱাৰ আড্ডা।
- আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।
- চফ্ৰাই আৰক্ষীৰ অভিযানত ধৰা পৰিল চৰাইদেউ আৰু যোৰহাট জিলাৰ মৰিয়নিৰ মুঠ সাতজন জুৱাৰী।
- ইয়াৰে চৰাইদেউ জিলাৰ চাৰিজন আৰু মৰিয়নিৰ তিনিজন জুৱাৰী।
- যোৰহাট জিলাৰ মৰিয়নিৰ সুৰেন চাহু, অজয় কালিন্দী, ভোগেশ্বৰ ৰাজোৱাৰ।
- চৰাইদেউ জিলাৰ ফৰিদুল হাজৰিকা, শৰৎ কুৰ্মী, বিশ্বজিৎ দাস, বিকাশ তাঁতী
- আটকাধীন জুৱাৰী কেইজনৰ পৰা মোবাইল সাতটা, নগদ ১৯৭৪০ টকা আৰু AS 03 Z 0815 নম্বৰৰ এখন ৰেদিগ' বাহন জব্দ কৰিলে আৰক্ষীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|