உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সোণাৰিত IPL জুৱা চক্ৰ উৎখাত, আটক সাত জুৱাৰী

    সোণাৰিত IPL জুৱা চক্ৰ উৎখাত, আটক সাত জুৱাৰী

    আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।

    আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।

    আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।

    • Share this:

    • সোণাৰিত IPLৰ নামত বৃহৎ জুৱাৰ আড্ডা।

    • আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।

    • চফ্ৰাই আৰক্ষীৰ অভিযানত ধৰা পৰিল চৰাইদেউ আৰু যোৰহাট জিলাৰ মৰিয়নিৰ মুঠ সাতজন জুৱাৰী।

    • ইয়াৰে চৰাইদেউ জিলাৰ চাৰিজন আৰু মৰিয়নিৰ তিনিজন জুৱাৰী।

    • যোৰহাট জিলাৰ মৰিয়নিৰ সুৰেন চাহু, অজয় কালিন্দী, ভোগেশ্বৰ ৰাজোৱাৰ।

    • চৰাইদেউ জিলাৰ ফৰিদুল হাজৰিকা, শৰৎ কুৰ্মী, বিশ্বজিৎ দাস, বিকাশ তাঁতী

    • আটকাধীন জুৱাৰী কেইজনৰ পৰা মোবাইল সাতটা, নগদ ১৯৭৪০ টকা আৰু AS 03 Z 0815 নম্বৰৰ এখন ৰেদিগ' বাহন জব্দ কৰিলে আৰক্ষীয়ে।

    Published by:Himangshu Bhuyan
    First published: