অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ প্ৰধানমন্ত্ৰী মোদীৰ যোগাসন

News18-Assam
Updated:June 21, 2019, 7:45 AM IST
অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ প্ৰধানমন্ত্ৰী মোদীৰ যোগাসন
প্ৰতিজন অসমীয়াৰ দৰেই মোদীৰো অতিকে আপোন এই গামোচা।

প্ৰতিজন অসমীয়াৰ দৰেই মোদীৰো অতিকে আপোন এই গামোচা।

  • Share this:
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো পালন কৰা হৈছে এই যোগ দিৱস। ৰাঁচীত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ধুৰ্বাস্থিত প্ৰভাত তাৰা খেলপথাৰত প্ৰায় ৪০ হাজাৰ লোকৰ সৈতে যোগাসনত অংশগ্ৰহণ কৰে মোদীয়ে। যোগাসনৰ সময়ত মোদীৰ ডিঙিত দেখা গ’ল অসমীয়াৰ স্বাভিমান গামোচা। ডিঙিত গামোচা লৈ যোগাসনত অংশ ল’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰতিজন অসমীয়াৰ দৰেই মোদীৰো অতিকে আপোন এই গামোচা। পূৰ্বেও যোগাসনৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত অসমীয়াৰ গামোচাখন ডিঙিত লোৱা দেখা গৈছিল প্ৰধানমন্ত্ৰী মোদীক।
First published: June 21, 2019, 7:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading