অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত লৈ প্ৰধানমন্ত্ৰী মোদীৰ যোগাসন
News18-Assam Updated:June 21, 2019, 7:45 AM IST

প্ৰতিজন অসমীয়াৰ দৰেই মোদীৰো অতিকে আপোন এই গামোচা।
প্ৰতিজন অসমীয়াৰ দৰেই মোদীৰো অতিকে আপোন এই গামোচা।
- News18 Assam
- Last Updated: June 21, 2019, 7:45 AM IST
প্ৰতিজন অসমীয়াৰ দৰেই মোদীৰো অতিকে আপোন এই গামোচা। পূৰ্বেও যোগাসনৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত অসমীয়াৰ গামোচাখন ডিঙিত লোৱা দেখা গৈছিল প্ৰধানমন্ত্ৰী মোদীক।