মুখ্যপৃষ্ঠা »খবৰ »অসম »মুক্ৰ ঘটনাস্থলী পৰিদৰ্শন কৰিব ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এজনীয়া তদন্ত কমিটিয়ে

মুক্ৰ ঘটনাস্থলী পৰিদৰ্শন কৰিব ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এজনীয়া তদন্ত কমিটিয়ে

মুক্ৰ অঞ্চলত এতিয়াও খাচী দুৰ্বৃত্তই গছৰ কুণ্ডা জ্বলাই থকা দেখা গৈছে।

মুক্ৰ অঞ্চলত এতিয়াও খাচী দুৰ্বৃত্তই গছৰ কুণ্ডা জ্বলাই থকা দেখা গৈছে।

মুক্ৰ অঞ্চলত এতিয়াও খাচী দুৰ্বৃত্তই গছৰ কুণ্ডা জ্বলাই থকা দেখা গৈছে।

  • Share this:

অসম-মেঘালয় সীমান্তৰ মুক্ৰ ঘটনাস্থলী পৰিদৰ্শন কৰিব ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এজনীয়া তদন্ত কমিটিয়ে। এজনীয়া তদন্ত কমিটিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী কুমাৰী ফুকনে বৃহস্পতিবাৰে মুক্ৰ অঞ্চল পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মুক্ৰ কাণ্ডক লৈ দ্বিতীয়বাৰৰ বাবে পুনৰ ৰাজহুৱা সাক্ষ্য ল'ব বুলি জানিব পৰা গৈছে।


ইপিনে উক্ত অঞ্চলত এতিয়াও খাচী দুৰ্বৃত্তই গছৰ কুণ্ডা জ্বলাই থকা দেখা গৈছে। এই সংঘৰ্ষৰ পিছতো মেঘালয়ৰ বনদুস্যুৱে এতিয়াও কাঠৰ অবৈধ সৰবৰাহ কৰি থকাৰ তথ্যও প্ৰকাশ পাইছে। উল্লেখ্য, তদন্তকাৰী দলৰ সৈতে মধ্য অসমৰ ডি আই জি,আৰক্ষী অধীক্ষক আৰু বিভিন্ন দল-সংগঠনৰ লোকে সংগ দিব।

শেহতীয়া বাতৰি