মুখ্যপৃষ্ঠা »খবৰ »অসম »পথ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে বায়ুসেনা বিষয়াৰ ১৭০০ কিলোমিটাৰ চাইকেল যাত্ৰা

পথ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে বায়ুসেনা বিষয়াৰ ১৭০০ কিলোমিটাৰ চাইকেল যাত্ৰা

যোৰহাটৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ মুঠ ১৭০০ কি মি পথ অতিক্ৰম কৰাৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয় বায়ুসেনাত কৰ্মৰত সন্তুোষ ডুবে নামৰ ব্যক্তিজনে।

  • Share this:
পথ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে বায়ুসেনা বিষয়াৰ ১৭০০ কিলো মিটাৰ চাইকেল যাত্ৰা।
পথ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে এজন ব্যক্তিয়ে ল'লে এই বিশেষ পদক্ষেপ। চাইকেলেৰে যাত্ৰা কৰি পথ সুৰক্ষা সম্পৰ্কত সজাগতা সৃষ্টিৰ প্ৰয়াস ব্যক্তিজনৰ।

যোৰহাটৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজলৈ মুঠ ১৭০০ কি মি পথ অতিক্ৰম কৰাৰ লক্ষ্যৰে যাত্ৰা আৰম্ভ কৰিছে ভাৰতীয় বায়ুসেনাত কৰ্মৰত সন্তুোষ ডুবে নামৰ ব্যক্তিজনে।

কাজিৰঙাত উপস্থিত হৈ সাংবাদিকৰ আগত তেওঁ কয় যে, 'ইয়াৰ পূৰ্বেও সজাগতা সৃষ্টিৰ উদ্দেশ্যে চাইকেল ৰেলী কৰিছিলো। চলিত সপ্তাহ যিহেতু চৰকাৰে পথ সুৰক্ষা সপ্তাহ হিচাপে পালন কৰিছে, তাৰ লগত সংগতি ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছো।' ইপিনে অলিম্পিকত পদক লাভ কৰা ভাৰতীয় খেলুৱৈসকলৰ বাবেও এই চাইকেল ৰেলী উৎসৰ্গা কৰা বুলি তেওঁ কয়।

শেহতীয়া বাতৰি