• Home
  • »
  • News
  • »
  • assam
  • »
  • ২০২০-২১ বর্ষত সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ তিনি স্থানত ক্ৰয় কৰিছে সম্পত্তি ! PMOক জমা দিয়া তথ্যত সদৰী কৰিছে এই তথ্য...

২০২০-২১ বর্ষত সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ তিনি স্থানত ক্ৰয় কৰিছে সম্পত্তি ! PMOক জমা দিয়া তথ্যত সদৰী কৰিছে এই তথ্য...

যোৱা ১২টা মাহত অতি কমেও ১২জন কেন্দ্ৰীয় মন্ত্ৰী নতুবা তেওঁলোকৰ পৰিয়ালৰ লোকে দেশৰ বিভিন্ন স্থানত ক্ৰয় কৰিছে সম্পত্তি । তাৰ ভিতৰত অন্যতম কেন্দ্ৰীয় জাহাজ, বন্দৰ, জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

  • Share this:
যোৱা ১২টা মাহত অতি কমেও ১২জন কেন্দ্ৰীয় মন্ত্ৰী নতুবা তেওঁলোকৰ পৰিয়ালৰ লোকে দেশৰ বিভিন্ন স্থানত ক্ৰয় কৰিছে সম্পত্তি । তাৰ ভিতৰত অন্যতম কেন্দ্ৰীয় জাহাজ, বন্দৰ, জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত তেওঁ জমা কৰা নতুনকৈ ক্ৰয় কৰা সম্পত্তি তালিকাত প্ৰকাশ পাইছে এই কথা । তেওঁ ২০২০-২১বর্ষত ডিব্ৰুগড়ৰ তিনি স্থানত সম্পত্তি ক্ৰয় কৰিছে । ক্ৰয় কৰা সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল । মন্ত্রীৰ সম্পত্তি তালিকা আৰু নতুনকৈ ক্ৰয় কৰা সম্পত্তিৰ তালিকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৱেবচাইটত উপলব্ধ ।

সৰ্বানন্দ সোণোৱালৰ লগতে নতুনকৈ ক্ৰয় কৰা সম্পত্তিৰ তালিকা জমা দিছে বিদেশ মন্ত্ৰী এছ জয়শঙ্কৰ আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়ে । জয়শংকৰে দিল্লীত ৩.৮৭কোটি টকাৰ এটা ঘৰ ক্ৰয় কৰাৰ বিপৰীতে ইৰাণীয়ে নিজৰ সমষ্টি এমেথিত ১২লক্ষ টকাৰে মাটি কিনিছে ।
Published by:Kokil Sarma
First published: