உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Independence Day 2021 : বৰপেটাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে উত্তোলন কৰিলে ত্ৰিৰংগা

    Independence Day 2021 : বৰপেটাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে উত্তোলন কৰিলে ত্ৰিৰংগা

    এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা নহ'ল কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান৷

    এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা নহ'ল কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান৷

    এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা নহ'ল কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান৷

    • Share this:
    বৰপেটাত  দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উত্তোলন কৰিলে ত্ৰিৰংগা৷  বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী৷ কোভিড পৰিস্থিতিৰ বাবে সীমিত পৰিসৰত আৰক্ষীৰ অভিবাদন৷ আৰক্ষীৰ মাথোঁ চাৰিটা বাহিনীয়ে অংশগ্ৰহণ কৰে পেৰেডত৷

    পূৰ্বৰ দৰে পেৰেডত অংশগ্ৰহণ কৰা দেখা নগ'ল আৰক্ষীৰ বিভিন্ন বাহিনীসমূহক৷ কোভিড নিৰ্দেশনাৰ বাবেই পেৰেডত দেখা নগ'ল বিদ্যালয়, মহাবিদ্যালয়সমূহৰ এন চি চি কেডেট আৰু স্কাউট আৰু গাইডৰ কোনো দলক৷

    এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা নহ'ল কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান৷ অতি সীমিত সংখ্যক লোকেহে আজিৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
    Published by:Sanjay Kumar Das
    First published: