• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীৰ আঠগাঁৱত আয়কৰ বিভাগৰ অভিযান, এইবাৰ কাৰ ঘৰত চলিল তালাচী?

গুৱাহাটীৰ আঠগাঁৱত আয়কৰ বিভাগৰ অভিযান, এইবাৰ কাৰ ঘৰত চলিল তালাচী?

ব্যৱসায়ী জে পি আগৰৱালাৰ বাসভৱনত আয়কৰৰ তালাচী। 

ব্যৱসায়ী জে পি আগৰৱালাৰ বাসভৱনত আয়কৰৰ তালাচী। 

ব্যৱসায়ী জে পি আগৰৱালাৰ বাসভৱনত আয়কৰৰ তালাচী। 

  • Share this:
গুৱাহাটীৰ আঠগাঁৱত আয়কৰ বিভাগৰ অভিযান। ব্যৱসায়ী জে পি আগৰৱালাৰ বাসভৱনত আয়কৰৰ তালাচী। ৰাজস্থান লাইম উদ্যোগৰ স্বত্বাধিকাৰী জে পি আগৰৱালা। ৰাজস্থান লাইম উদ্যোগৰ স্বত্বাধিকাৰী জে পি আগৰৱালাই মাৰ্বল, টাইলছৰ লগতে গৃহ নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায় কৰে।
Published by:Sanjay Kumar Das
First published: