• Home
  • »
  • News
  • »
  • assam
  • »
  • ২০২১ চনত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক কনডম বিক্ৰী হ'ল গুৱাহাটী মহানগৰীত

২০২১ চনত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক কনডম বিক্ৰী হ'ল গুৱাহাটী মহানগৰীত

এটা জনপ্ৰিয় কনডম কোম্পানীৰ ডিষ্ট্ৰিবিউটৰে দিয়া তথ্য মতে, উত্তৰ-পূৱত প্ৰতিমাহে গড়ে ৩০ৰ পৰা ৩৫ লাখ টকাৰ কনডম বিক্ৰী হয়।

  • Share this:
২০২১ত উত্তৰ পূৱৰ ভিতৰতে সৰ্বাধিক কনডম বিক্ৰী হ'ল গুৱাহাটী মহানগৰীত। এটা জনপ্ৰিয় কনডম কোম্পানীৰ ডিষ্ট্ৰিবিউটৰে দিয়া তথ্য মতে, উত্তৰ-পূৱত প্ৰতিমাহে গড়ে ৩০ৰ পৰা ৩৫ লাখ টকাৰ কনডম বিক্ৰী হয়। ইয়াৰে ভিতৰত সৰ্বাধিক গুৱাহাটী মহানগৰীত প্ৰতিমাহে গড়ে ২০ৰ পৰা ২২ লাখ টকাৰ কনডম বিক্ৰী হয়।

কনডমৰ চাহিদা গ্ৰামাঞ্চলতৈ চহৰাঞ্চলত বেছি। এই সন্দৰ্ভত গুৱাহাটীৰ এখন ফাৰ্মাচীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, কনডম বিচৰা অধিকাংশই যুৱচামৰ। উইণ্টাৰ চিজনত বেছিকৈ বিক্ৰী হয় কনডম।

নেচনেল ফেমিলী হেলথৰ চাৰ্ভে অনুসৰি, ভাৰতবৰ্ষত প্ৰতি ১০ জন লোকৰ ভিতৰত কেৱল এজন লোকেহে কনডম ব্যৱহাৰ কৰে। পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত আগ্ৰহী লোকৰ ক্ষেত্ৰত কনডমৰ প্ৰয়োগ আটাইতকৈ বেছি।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: