• Home
  • »
  • News
  • »
  • assam
  • »
  • সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ! দাম বাঢ়িল বিলাতী সুৰাৰ

সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ! দাম বাঢ়িল বিলাতী সুৰাৰ

ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটি পূৰণ কৰাৰ লক্ষ্যৰে সুৰাৰ দাম বঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটি পূৰণ কৰাৰ লক্ষ্যৰে সুৰাৰ দাম বঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটি পূৰণ কৰাৰ লক্ষ্যৰে সুৰাৰ দাম বঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

  • Share this:
সুৰাপায়ীসকলৰ বাবে এটা বেয়া খবৰ! দাম বাঢ়িল বিলাতী সুৰাৰ। ১৫ শতাংশ বৃদ্ধি বিলাতী সুৰাৰ মূল্য। ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ ৰাজহ সংগ্ৰহৰ সহজ পন্থা হিচাপে ৰাজ্য চৰকাৰে ভাৰতত নিৰ্মিত বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ বৃদ্ধি কৰিছে।

এই সংক্ৰান্তত ৰাজ্যৰ আবকাৰী বিভাগে ৪ ডিচেম্বৰত এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে। অধিসূচনা অনুসৰি, ভাৰতত নিৰ্মিত বিয়েৰ, ৰাম, হুইস্কীসহ সকলো ব্ৰেণ্ডৰ সুৰাৰ মূল্যবৃদ্ধি কৰা হৈছে। পেট্ৰ’ল–ডিজেলত ভেট হ্ৰাস কৰাৰ পিছত এইবাৰ চৰকাৰৰ চকু সুৰাৰ ওপৰত। ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটি পূৰণ কৰাৰ লক্ষ্যৰে সুৰাৰ দাম বঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: