• Home
  • »
  • News
  • »
  • assam
  • »
  • Jehadi in Assam: জেহাদী সম্পৰ্কত সোধা-পোছাৰ বাবে মৰিগাঁৱৰ ইমাম আহমেদ আলীসহ পুনৰ দুজনক আটক, শুংসূত্ৰ নাই আবু তালাহৰ

Jehadi in Assam: জেহাদী সম্পৰ্কত সোধা-পোছাৰ বাবে মৰিগাঁৱৰ ইমাম আহমেদ আলীসহ পুনৰ দুজনক আটক, শুংসূত্ৰ নাই আবু তালাহৰ

Jehadi in Assam: নুৰ মজিদৰ ইমাম আহমেদ আলীৰ ধৃত জেহাদী মুফতি মুস্তাফা আৰু পলাতক আবু তাল্লাহৰ সৈতে সম্পৰ্ক আছিল।

  • Share this:
জেহাদী (Jehadi)ৰ সম্পৰ্কে সোধা-পোছাৰ বাবে মৰিগাঁও আৰক্ষীয়ে জিলাখনৰ পৰা আটক কৰিছে আৰু দুজন লোকক। আৰক্ষীয়ে আটক কৰিছে পলাতক ইমাম আহমেদ আলী (imam ahmed ali)ক। আহমেদ আলী বিগত ২৯ জুলাইৰ পৰা অন্তৰ্ধান হৈ আছিল।

মৰিগাঁও চহৰৰ মাজ মজিয়াত থকা মিলনপুৰৰ নুৰ মছজিদ (Noor Masjid)ৰ পলাতক ইমাম আহমেদ আলী আৰু ভূৰাগাঁও ফলিহামাৰী পথাৰৰ জিয়াৰুল হক নামৰ দুজন ব্যক্তিক আটক। দুয়োকে পলাই থকা অৱস্থাত ভূৰাগাঁও বিশেষ স্থানৰ পৰা আৰক্ষীয়ে আটক কৰিছে।

নুৰ মজিদৰ ইমাম আহমেদ আলীৰ ধৃত জেহাদী মুফতি মুস্তাফা (Jehadi Mufti Mustafa) আৰু পলাতক আবু তাল্লাহ (Abu Tallah)ৰ সৈতে সম্পৰ্ক আছিল। আহমেদ আলীয়ে আবু তাল্লাহক মিলনপুৰৰ এটা ভাড়া ঘৰত থকাৰ সুবিধা কৰি দিছিল। আহমেদ আলীয়ে আবু তাল্লাহক মিলনপুৰৰ এটা ভাড়া ঘৰত থকাৰ সুবিধা কৰি দিছিল।
Published by:Manjumoni Borah
First published: