உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাৰোডত অবৈধ লটাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, নগদ ১ লাখ ৮৭ হেজাৰ টকা জব্দ, কালাক গ্ৰেপ্তাৰ

    বৰপেটাৰোডত অবৈধ লটাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, নগদ ১ লাখ ৮৭ হেজাৰ টকা জব্দ, কালাক গ্ৰেপ্তাৰ

    বৰপেটাৰোডত অবৈধ লটাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰা অবৈধ লটাৰীৰ ঘাটিত পৰিণত হৈছে বৰপেটাৰোড ৷

    • Share this:

    • বৰপেটাৰোডত অবৈধ লটাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ সৰ্বসাধাৰণ ৰাইজক কোঙা কৰা অবৈধ লটাৰীৰ ঘাটিত পৰিণত হৈছে বৰপেটাৰোড ৷

    • বৰপেটাৰোডৰ এক অসাধু চক্ৰই আৰক্ষী আৰু প্ৰশাসনকৰ চকুত ধূলিমাৰি গোপনে চলাই আহিছিল অবৈধ লটাৰীৰ বেহা ৷

    • সেয়েহে এই অসাধু চক্ৰটোৰ বিৰুদ্ধে মঙলবাৰে নিশা বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল কলিতাৰ নেতৃত্বত চলোৱা হয় এক অভিযান ৷

    • এই অভিযানত তেওঁলোকে বৰপেটাৰোডৰ ১নং ৱাৰ্ডৰ  ৰামনগৰৰ বাসিন্দা  চন্দ্ৰকান্ত ধৰ ওৰফে কালাক ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ এই লোকজনে  অসমত নিষিদ্ধ নাগালেণ্ড লটাৰীৰ টিকট বিক্ৰী কৰি আহিছিল ৷

    • কালাৰ পৰা আৰক্ষীয়ে ১ লাখ ৮৭ হেজাৰ টকা, ২৫ হেজাৰমান টকাৰ নগালেণ্ড লটাৰীৰ টিকট আৰু টকা গণনা কৰা মেছিন এটি জব্দ কৰিছে ৷

    • সম্প্ৰতি চন্দ্ৰকান্ত ধৰ ওৰফে কালা বৰপেটাৰোড আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁক বৰপেটা আদালতলৈ প্ৰেৰণ কৰা হ'ব ৷

    Published by:Himangshu Bhuyan
    First published: