মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যত ৰাজহ ফাঁকিৰে অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ, বাইহাটাত আৰক্ষীয়ে জব্দ কৰিলে সুৰা ভৰ্তি ট্ৰাক

ৰাজ্যত ৰাজহ ফাঁকিৰে অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহ, বাইহাটাত আৰক্ষীয়ে জব্দ কৰিলে সুৰা ভৰ্তি ট্ৰাক

আৰক্ষীয়ে AS 01 MC 8237 নম্বৰৰ সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰি ট্ৰাকচালক গৰাকীক আটক কৰে। ট্ৰাক চালকগৰাকী বকোৰ চহিদুল আলী বুলি জানিব পৰা গৈছে।

এক গোপন সুত্ৰৰ পম খেদি বাইহাটা চাৰিআলি আৰক্ষীয়ে প্ৰায় পোন্ধৰ লাখ টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

  • Share this:
ৰাজ্যত এতিয়া ৰাজহ ফাঁকিৰে চলিছে অৰুণাচলী সুৰাৰ ব্যাপক পয়োভৰ। দিনে নিশাই চলিছে সহস্ৰাধিক মূল্যৰ অৰুণাচলী সুৰাৰ সৰবৰাহ।

উল্লেখযোগ্য যে, কামৰূপৰ বাইহাটা চাৰিআলি আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। এক গোপন সুত্ৰৰ পম খেদি বাইহাটা চাৰিআলি আৰক্ষীয়ে প্ৰায় পোন্ধৰ লাখ টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।



খবৰ অনুসৰি, আৰক্ষীয়ে AS 01 MC 8237 নম্বৰৰ সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰি ট্ৰাকচালক গৰাকীক আটক কৰে। ট্ৰাক চালকগৰাকী বকোৰ চহিদুল আলী বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি