মুখ্যপৃষ্ঠা »খবৰ »অসম »৩১ ডিচেম্বৰৰ নিশা সুৰাপান কৰি চালকে চলাব নোৱাৰিব গাড়ী, সুৰাপান কৰি আনৰ গাড়ীত আহিব পাৰিব !

৩১ ডিচেম্বৰৰ নিশা সুৰাপান কৰি চালকে চলাব নোৱাৰিব গাড়ী, সুৰাপান কৰি আনৰ গাড়ীত আহিব পাৰিব !

ৰাজ্যত চৰকাৰে নৈশ  কাৰ্ফিউ জাৰি কৰিলেও ৩১ ডিচেম্বৰৰ দিনা ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।৩১ ডিচেম্বৰৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চালকে সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব।কিন্তু সুৰাপান কৰি আনৰ গাড়ীত আহিব পাৰিব।

  • Share this:
২০২২ বৰ্ষ সমাগত। অৰ্থাৎ নতুন বছৰ সমাগত। ইয়াৰ প্ৰাকক্ষণত প্ৰশাসনে ৩১ ডিচেম্বৰকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত চৰকাৰে নৈশ  কাৰ্ফিউ জাৰি কৰিলেও ৩১ ডিচেম্বৰৰ দিনা ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।৩১ ডিচেম্বৰৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি চালকে সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব।কিন্তু সুৰাপান কৰি আনৰ গাড়ীত আহিব পাৰিব।

চালকে সুৰাপান কৰি আহিলে আৰোহী চালক সকলো আৰক্ষীৰ আলহী হ’ব লাগিব। OLA, UBER, Peindia কেবৰ বিৰুদ্ধেও কঠোৰ পৰিবহণ বিভাগ।OLA, UBER, Peindia কেবৰ ওপৰত চোকা দৃষ্টি ৰাখিছে বিভাগে। যিসকল সুৰাপায়ীয়ে ৩১ ডিচেম্বৰৰ দিনা সুৰাপান কৰি কেব ব্যৱহাৰ কৰে সেইসকলক সকীয়নি প্ৰশাসনৰ।কেব চালকে অভিযোগ দিব পাৰিব সুৰাপায়ী আৰোহীৰ বিৰুদ্ধে , অভিযোগ পোৱা মাত্ৰেই ব্যৱস্থা গ্রহণ কৰিব আৰক্ষী, পৰিবহণ বিভাগে।কেব চালকে সুৰাপান কৰি আহিলেও আৰোহীয়ে অনলাইনযোগে দিব পাৰিব অভিযোগ। উল্লেখ্য যে, ৩১ ডিচেম্বৰৰ নিশা হোৱা পথ দুৰ্ঘটনা কম কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিবহন বিভাগক নিৰ্দেশ দিয়াৰ পিছতেই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে বিভাগটোৱে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

আনহাতে মহানগৰীত ৩১ ডিচেম্বৰৰ নিশা থাকিব সাতটাকৈ দল। এই দলকেইটাই অভিযান চলাব বিভিন্ন স্থানত।

শেহতীয়া বাতৰি