• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিগবৈৰ বগাপানীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শক্তিশালী IED উদ্ধাৰ

ডিগবৈৰ বগাপানীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শক্তিশালী IED উদ্ধাৰ

ঘটনাৰ খবৰ পোৱাৰ পিছতে উপস্থিত হয় সেনা–আৰক্ষীৰ দল।

ঘটনাৰ খবৰ পোৱাৰ পিছতে উপস্থিত হয় সেনা–আৰক্ষীৰ দল।

ঘটনাৰ খবৰ পোৱাৰ পিছতে উপস্থিত হয় সেনা–আৰক্ষীৰ দল।

  • Share this:
লকডাউনৰ মাজতে তিনিচুকীয়াৰ ডিগবৈত চাঞ্চল্যকৰ ঘটনা। বগাপানীৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হ’ল এটা এটা শক্তিশালী IED। ঘটনাৰ খবৰ পোৱাৰ পিছতে উপস্থিত হয় সেনা–আৰক্ষীৰ দল। ঘেৰাও কৰি ৰাখিছে বোমা থকা স্থানখিনি। এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ। দিনজানৰ পৰা বোমা বিশেষজ্ঞ দল উপস্থিত হৈছে ঘটনাস্থলীত।
First published: