News18 AssamNews18 Assam
|
News18-Assam Updated:June 3, 2020, 11:34 AM IST
ঘটনাৰ খবৰ পোৱাৰ পিছতে উপস্থিত হয় সেনা–আৰক্ষীৰ দল।
ঘটনাৰ খবৰ পোৱাৰ পিছতে উপস্থিত হয় সেনা–আৰক্ষীৰ দল।
লকডাউনৰ মাজতে তিনিচুকীয়াৰ ডিগবৈত চাঞ্চল্যকৰ ঘটনা। বগাপানীৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হ’ল এটা এটা শক্তিশালী IED। ঘটনাৰ খবৰ পোৱাৰ পিছতে উপস্থিত হয় সেনা–আৰক্ষীৰ দল। ঘেৰাও কৰি ৰাখিছে বোমা থকা স্থানখিনি। এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ। দিনজানৰ পৰা বোমা বিশেষজ্ঞ দল উপস্থিত হৈছে ঘটনাস্থলীত।