প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ প্ৰধান সচিবৰ পদত IAS বিষয়া নিযুক্তি দিয়া হৈছে ৷ IAS বিষয়া হেমেন দাসক প্ৰধান সচিব হিচাপে নিযুক্তি দিছে ৷

হেমেন দাস বৰ্তমান ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে ৷ সম্প্ৰতি বিধানসভাৰ সচিব সঞ্জীৱ শৰ্মা ছুটীত আছে আৰু শৰ্মা অসম ন্যায়িক সেৱাৰ বিষয়া।
ইপিনে অসম বিধানসভাৰ সেৱা বিধি পৰিপন্থী হিচাপে ৰাজ্য চৰকাৰে এজন IAS বিষয়াক প্ৰধান সচিব হিচাপে নিযুক্তি দিয়া কাৰ্যক লৈ বিধানসভাৰ সচিবালয়ৰ কৰ্মচাৰীসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সূচনা হৈছে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|