உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পেট্ৰ'ল-ডিজেলৰ দাম কেতিয়া হ্ৰাস হ'ব নাজানে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে! মূল্যবৃদ্ধিৰ কাৰণ 'ৰাছিয়া-ইউক্ৰেইণৰ যুদ্ধ' বুলি কৰিলে মন্তব্য

    পেট্ৰ'ল-ডিজেলৰ দাম কেতিয়া হ্ৰাস হ'ব নাজানে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে! মূল্যবৃদ্ধিৰ কাৰণ 'ৰাছিয়া-ইউক্ৰেইণৰ যুদ্ধ' বুলি কৰিলে মন্তব্য

    দেশত হোৰাহোৰে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। ঠায়ে ঠায়ে ১১০ টকা পৰ্যন্ত পাইছেগৈ প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম।

    দেশত হোৰাহোৰে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। ঠায়ে ঠায়ে ১১০ টকা পৰ্যন্ত পাইছেগৈ প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম।

    দেশত হোৰাহোৰে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। ঠায়ে ঠায়ে ১১০ টকা পৰ্যন্ত পাইছেগৈ প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম।

    • Share this:
    দেশত হোৰাহোৰে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। ঠায়ে ঠায়ে ১১০ টকা পৰ্যন্ত পাইছেগৈ প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম।কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে যেন একে পদক্ষেপেই লোৱা নাই কেন্দ্ৰীয় কিম্বা ৰাজ্য চৰকাৰে। আনকি কেন্দ্ৰীয় মন্ত্ৰীয়ে নাজানে কেতিয়া হ্ৰাস পাব পেট্ৰ'ল-ডিজেলৰ দাম।

    কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মতে ৰাছিয়া ইউক্ৰেন যুদ্ধৰ বাবে আন্তৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য। আনহাতে একাংশ ৰাজ্যই নিজে ৰাজ্যিক কৰ হ্ৰাস নকৰাৰ বাবেও মূল্যবৃদ্ধি হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনকেন্দ্ৰিক কোনোকাৰণত মূল্যবৃদ্ধি হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে ৰামেশ্বৰ তেলীয়ে।
    Published by:Himangshu Bhuyan
    First published: