
কংগ্ৰেছ দলৰ সকলো পদবীৰ পৰা পদত্যাগ কৰিলে নেকি প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে?
কংগ্ৰেছ দলৰ সকলো পদবীৰ পৰা পদত্যাগ কৰিলে নেকি প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে?
কংগ্ৰেছ দলৰ সকলো পদবীৰ পৰা পদত্যাগ কৰিলে নেকি প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে? এই খবৰকলৈ বৃহস্পতিবাৰে তোলপাৰ লাগিছিল ৰাজ্যৰ ৰাজনীতি। প্ৰাক্তন মন্ত্ৰীজনৰ পৰা প্ৰতিক্ৰিয়া বিচৰাত তেওঁ হজৰ পৰা আহি দিল্লীত উপস্থিত হৈ সকলো কথা খুলি কব বুলি জনাইছিল। আৰু দিল্লীত উপস্থিত হোৱাৰ পিছত শুকুৰবাৰে বিষয়টোৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
ৰকিবুল হুছেইনে কয় যে, 'মই পদত্যাগ কৰা নাই। ৱাজেদ আলি চৌধুৰীয়ে কিয় কৈছে তেওঁ জানে। কালিৰ পৰা দলৰ হৈ আৰু অধিক সক্ৰিয় হৈ কাম কৰিম। ৰাইজে মোক ভাল পাই বাবে মই অন্য দললৈ যাম বুলি ওলাই থাকে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|