• Home
  • »
  • News
  • »
  • assam
  • »
  • মাত্ৰ ছমাহ পূৰ্বে আবদ্ধ হৈছিল বিবাহপাশত, কিহৰ বাবে পুখুৰীত জাপ দি নিজকে শেষ কৰিলে কমল–সুৰভীয়ে?

মাত্ৰ ছমাহ পূৰ্বে আবদ্ধ হৈছিল বিবাহপাশত, কিহৰ বাবে পুখুৰীত জাপ দি নিজকে শেষ কৰিলে কমল–সুৰভীয়ে?

SDRFয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

SDRFয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

SDRFয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

  • Share this:
চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতি গৰিয়াচিগা গাঁৱত হৃদয় বিদাৰক ঘটনা। পাৰিবাৰিক সংঘাতৰ বাবে আত্মহত্যাৰ দম্পতীৰ। আত্মহত্যা কৰা দম্পতীৰ নাম কমল দাস আৰু সুৰভী দাস। ছমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। ঘৰৰ কাষৰ এটা পুখুৰীত জাপ দি আত্মহত্যা কৰে দুয়ো। SDRFয়ে উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।
Published by:Sanjay Kumar Das
First published: