ৰঙাপৰাত ৪ সন্তানৰ মাতৃক হত্যা স্বামীৰ

নিহত মহিলাগৰাকী অঞ্জলি কৰ্মকাৰ। হত্যাকাৰী স্বামীৰ নাম ৰাজু কৰ্মকাৰ।

news18assam
Updated:June 3, 2019, 10:20 AM IST
ৰঙাপৰাত ৪ সন্তানৰ মাতৃক হত্যা স্বামীৰ
নিহত মহিলাগৰাকী অঞ্জলি কৰ্মকাৰ। হত্যাকাৰী স্বামীৰ নাম ৰাজু কৰ্মকাৰ।
news18assam
Updated: June 3, 2019, 10:20 AM IST
ৰঙাপৰাৰ বিন্দুকুৰিত স্বামীয়ে হত্যা কৰিলে ৪ সন্তানৰ মাতৃক। নিহত মহিলাগৰাকী অঞ্জলি কৰ্মকাৰ। হত্যাকাৰী স্বামীৰ নাম ৰাজু কৰ্মকাৰ।

নিহত মহিলাগৰাকী অঞ্জলি কৰ্মকাৰ


পাৰিবাৰিক কন্দলৰ পৰিণতিতে হত্যাৰ সন্দেহ একাংশৰ। বিন্দুকুৰিৰ দুৰুং চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি