আৰক্ষীৰ জালত যৌতুকৰ দাবীত পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰা স্বামী

মৃত মহিলাগৰাকীৰ নাম ৰেজিয়া খাতুন। ৰুকুন উদ্দিনক কেন্দুগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে জুৰীয়া আৰক্ষীয়ে। 

News18-Assam
Updated:June 30, 2019, 2:07 PM IST
আৰক্ষীৰ জালত যৌতুকৰ দাবীত পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰা স্বামী
মৃত মহিলাগৰাকীৰ নাম ৰেজিয়া খাতুন। ৰুকুন উদ্দিনক কেন্দুগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে জুৰীয়া আৰক্ষীয়ে। 
News18-Assam
Updated: June 30, 2019, 2:07 PM IST
জুৰীয়াত গ্ৰেপ্তাৰ পত্নী হত্যাকাৰী স্বামী। লম্পট ৰুকুন উদ্দিনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
যৌতুকৰ দাবীত পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিছিল লম্পটটোৱে। মৃত মহিলাগৰাকীৰ নাম
ৰেজিয়া খাতুন। ৰুকুন উদ্দিনক কেন্দুগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে জুৰীয়া আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি