হোজাইত নৃশংস হত্যাকাণ্ড, স্বামীয়ে হানি–খুচি হত্যা কৰিলে পত্নীক

News18 Assam | News18-Assam
Updated:September 25, 2020, 5:47 PM IST
হোজাইত নৃশংস হত্যাকাণ্ড, স্বামীয়ে হানি–খুচি হত্যা কৰিলে পত্নীক
আৰক্ষীয়ে হত্যাকাৰী স্বামী ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।

আৰক্ষীয়ে হত্যাকাৰী স্বামী ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।

  • News18 Assam
  • Last Updated: September 25, 2020, 5:47 PM IST
  • Share this:
হোজাইৰ ৰাইকাটা চন্দনপুৰ গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। ছফিকুল ইছলাম নামৰ লোকজনে চোকা অস্ত্ৰৰে পত্নীক হানি–খুচি অতি নৃশংসভাৱে হত্যা কৰে। নিহত মহিলাগৰাকীৰ নাম আকলিমা খাতুন। আকলিমা খাতুনক চিকিৎসালয়লৈ অনাৰ পিছত মৃত ঘোষণা কৰে চিকিৎসকে।

অন্যহাতে আৰক্ষীয়ে হত্যাকাৰী স্বামী ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। ইপিনে ধৃত স্বামীয়ে পাৰিবাৰিক কন্দলৰ বাবে পত্নীক হত্যা কৰা বুলি স্বীকাৰ কৰিছে।
Published by: Sanjay Kumar Das
First published: September 25, 2020, 5:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading