হোজাইত নৃশংস হত্যাকাণ্ড, স্বামীয়ে হানি–খুচি হত্যা কৰিলে পত্নীক

আৰক্ষীয়ে হত্যাকাৰী স্বামী ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।
আৰক্ষীয়ে হত্যাকাৰী স্বামী ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া।
- News18 Assam
- Last Updated: September 25, 2020, 5:47 PM IST
অন্যহাতে আৰক্ষীয়ে হত্যাকাৰী স্বামী ছফিকুল ইছলামক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। ইপিনে ধৃত স্বামীয়ে পাৰিবাৰিক কন্দলৰ বাবে পত্নীক হত্যা কৰা বুলি স্বীকাৰ কৰিছে।