তেজপুৰত নিশা শুই থকা অৱস্থাতে দম্পতীক ডিঙি চেপি হত্যা

News18 Assam | News18-Assam
Updated:November 28, 2019, 10:38 AM IST
তেজপুৰত নিশা শুই থকা অৱস্থাতে দম্পতীক ডিঙি চেপি হত্যা
বৰঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ দুটা।

বৰঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ দুটা।

  • News18 Assam
  • Last Updated: November 28, 2019, 10:38 AM IST
  • Share this:
তেজপুৰৰ ভোমোৰাগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড৷ বৃদ্ধ দম্পতীক নিশা শুই থকা অৱস্থাতে ডিঙি চেপি হত্যা। নিহত নুৰুল ইছলাম আৰু চমলা খাতুন। নিহত দুয়োৰে ডিঙিত আঘাতৰ চিন স্পষ্ট৷ জোঁৱায়েক আজিজুল ইছলামে হত্যা কৰাৰ সন্দেহ নিজ কন্যাৰ৷ বৰঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ দুটা। এই ঘটনাক লৈ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য।
আৰু চাওক পৰৱৰ্তী বাতৰি