নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড, ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু স্বামী–স্ত্ৰীৰ

নিহত স্বামী–স্ত্ৰীৰ নাম নাম ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰ।
নিহত স্বামী–স্ত্ৰীৰ নাম নাম ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰ।
- News18 Assam
- Last Updated: November 9, 2020, 10:17 AM IST
নিহত স্বামী–স্ত্ৰীৰ নাম নাম ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰ। ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰৰ পুত্ৰ শিৱ সোনাৰ গুৰুত্বৰ ভাৱে আহত হয় এই ঘটনাত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।