নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড, ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু স্বামী–স্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:November 9, 2020, 10:17 AM IST
নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড, ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু স্বামী–স্ত্ৰীৰ
নিহত স্বামী–স্ত্ৰীৰ নাম নাম ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰ।

নিহত স্বামী–স্ত্ৰীৰ নাম নাম ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰ।

  • Share this:
নুমলীগড়ত শোকাৱহ ঘটনা। ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটিলে এহাল দম্পতীয়ে। কথমপি প্ৰাণ ৰক্ষা পৰে পুত্ৰৰ। নুমলীগড়ৰ বকিয়াল বাছ ষ্টেণ্ডত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। নিশাএটা ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত থিতাতে নিহত হয় স্বামী–স্ত্ৰী।

নিহত স্বামী–স্ত্ৰীৰ নাম নাম ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰ। ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰৰ পুত্ৰ শিৱ সোনাৰ গুৰুত্বৰ ভাৱে আহত হয় এই ঘটনাত। ঘটনাস্থলীত আৰক্ষী উপস্থিত  হৈ অব্যাহত ৰাখিছে তদন্ত।
Published by: Sanjay Kumar Das
First published: November 9, 2020, 10:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি