
চাবোনৰ বাকচত লুকুৱাই এখন বলেৰ’ গাড়ীত আনিছিল হেৰ’ইনখিনি। মুঠ ৯৯টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ এই বুজন পৰিমাণ হেৰ’ইনখিনি।
চাবোনৰ বাকচত লুকুৱাই এখন বলেৰ’ গাড়ীত আনিছিল হেৰ’ইনখিনি। মুঠ ৯৯টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ এই বুজন পৰিমাণ হেৰ’ইনখিনি।
কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্তত জব্দ বুজন পৰিমাণ হেৰ’ইন জব্দ। এখন যাত্ৰীবাহী বলেৰ’ৰ পৰা উদ্ধাৰ আঠ কোটিৰো অধিক টকাৰ হেৰ’ইন। মিজোৰামৰ পৰা অসম হৈ ত্ৰিপুৰালৈ যোৱাৰ সময়তে কৰিমগঞ্জৰ বাজাৰিছৰা থানাৰ ৰাংগামাটি এডি কেম্পৰ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ ১ কেজি ১৮১ গ্ৰাম হেৰ’ইন।
চাবোনৰ বাকচত লুকুৱাই এখন বলেৰ’ গাড়ীত আনিছিল হেৰ’ইনখিনি। মুঠ ৯৯টা চাবোনৰ বাকচৰ পৰা উদ্ধাৰ এই বুজন পৰিমাণ হেৰ’ইনখিনি।
TR 01J 3471 নম্বৰৰ বলেৰ’ গাড়ীখন জব্দৰ লগতে ত্ৰিপুৰাৰ ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী সোণামুৰাৰ চালক ৰাজু আহমেদক আটক কৰা হৈছে। হেৰ’ইনখিনি বাংলাদেশলৈ সৰবৰাহ কৰাৰ কথা আছিল বুলি জানিব পাৰা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|