মহানগৰীৰ উলুবাৰী বজাৰত প্ৰকাণ্ড বৰালি, গ্ৰাহকৰ হেতা–ওপৰা

বিক্ৰেতাই মাছটোৰ দাম নিৰ্ধাৰণ কৰে প্ৰতি কিলোগ্ৰামত ১২০০ টকা।

news18assam
Updated:June 13, 2019, 9:10 AM IST
মহানগৰীৰ উলুবাৰী বজাৰত প্ৰকাণ্ড বৰালি, গ্ৰাহকৰ হেতা–ওপৰা
বিক্ৰেতাই মাছটোৰ দাম নিৰ্ধাৰণ কৰে প্ৰতি কিলোগ্ৰামত ১২০০ টকা।
news18assam
Updated: June 13, 2019, 9:10 AM IST
মহানগৰীৰ উলুবাৰী বজাৰত এটা প্ৰকাণ্ড বৰালি মাছক লৈ পুৱাই গ্ৰাহকৰ মাজত লাগিল হেতা–ওপৰা। ব্ৰহ্মপুত্ৰত মাছমৰীয়াৰ জালত উঠিল ২৮ কিলোগ্ৰাম ওজনৰ এই প্ৰকাণ্ড বৰালিটো। মাছটো উলুবাৰী বজাৰলৈ অনাৰ পিছতে ভিৰ কৰেহি গ্ৰাহকে। কোনোবাই যদি দৰ–দাম কৰিছে, কোনোবাই আকৌ চাবলৈ ভিৰ কৰিলে বজাৰত। বিক্ৰেতাই মাছটোৰ দাম নিৰ্ধাৰণ কৰে প্ৰতি কিলোগ্ৰামত ১২০০ টকা। বুঢ়া বৰালিৰে জুতিৰে এসাঁজ খাবলৈ বিভিন্নজনে ক্ৰয় কৰিলে মাছটো।

আৰু চাওক পৰৱৰ্তী বাতৰি