মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰতিবাদকাৰীৰ ভয়ত আৰক্ষী থানাত আশ্ৰয় লৈছে গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাই

প্ৰতিবাদকাৰীৰ ভয়ত আৰক্ষী থানাত আশ্ৰয় লৈছে গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাই

News18 Assam | News18-Assam
Updated:December 11, 2019, 8:04 PM IST
প্ৰতিবাদকাৰীৰ ভয়ত আৰক্ষী থানাত আশ্ৰয় লৈছে গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰাই
Source-Google

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ

  • Share this:
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ। ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ গহপুৰত প্ৰতিবাদকাৰীৰ ভয়ত এতিয়া বিজেপি বিধায়ক উৎপল বৰাই আশ্ৰয় লৈছে আৰক্ষী থানাত।

বিশ্বনাথ চাৰিআলিৰ পৰা পহুখেদা দিয়া গহপুৰৰ বিধায়ক উৎপল বৰাক বুধবাৰে ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে ৷ ৰাইজৰ ৰোষত পৰা বিধায়ক উৎপল বৰাই এতিয়া আশ্ৰয় ল’বলগীয়া হৈছে  জিনজিয়া আৰক্ষী থানাত ৷ থানাত আশ্ৰয় গ্ৰহণ কৰাৰ খবৰ লাভ কৰি দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে জিনজিয়া আৰক্ষী থানা ঘেৰাও কৰি উত্তাল কৰি ৰাখিছে প্ৰতিবাদ ৷
First published: December 11, 2019, 8:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি