আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ছেবাই ঘোষণা কৰিব ফলাফল।

news18assam
Updated:May 15, 2019, 6:56 AM IST
আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ছেবাই ঘোষণা কৰিব ফলাফল।
news18assam
Updated: May 15, 2019, 6:56 AM IST
আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ছেবাই ঘোষণা কৰিব ফলাফল। ৱেবছাইট আৰু SMSযোগে ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল। ১৩টা ৱেবছাইটত উপলব্ধ হ’ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। পুৱা ১১ বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।

ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটকেইটা হ’ল – sebaonline.org, resultsassam.nic.in, www.examresults.net, www.examresults.net/assam/, www.indiaresults.com, exametc.com, iresults.net, yesresult.com, www.result.shiksha, www.assam.shiksha, www.assamonline.in, assamjobalerts.com আৰু assamresult.in।
আৰু চাওক পৰৱৰ্তী বাতৰি