
দৰঙৰ মহলীয়াপাৰাৰ নিকটৱৰ্তী বৈৰাগীপাৰা গাঁও নিবাসী চন্দ্ৰ কুমাৰ আৰু মাতৃ বিজয়া বৰুৱা কুমাৰৰ পুত্ৰ ভৃগু।
দৰঙৰ মহলীয়াপাৰাৰ নিকটৱৰ্তী বৈৰাগীপাৰা গাঁও নিবাসী চন্দ্ৰ কুমাৰ আৰু মাতৃ বিজয়া বৰুৱা কুমাৰৰ পুত্ৰ ভৃগু।
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নৱম স্থান লাভ কৰিছে দৰং জিলাৰ ভৃগু মোহন কুমাৰ। মুঠ ৫৮৫ নম্বৰ লাভ কৰিছে ভৃগুই। দৰঙৰ মহলীয়াপাৰাৰ নিকটৱৰ্তী বৈৰাগীপাৰা গাঁও নিবাসী চন্দ্ৰ কুমাৰ আৰু মাতৃ বিজয়া বৰুৱা কুমাৰৰ পুত্ৰ ভৃগু। দৰং জিলাৰ উঁহৰচক, মহলীয়াপাৰাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভৃগু। জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ভৃগু মোহন কুমাৰে। পঢ়া–শুনাৰ লগতে ভৃগুৱে তবলা বজাই ভাল পাই ভৃগুই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|