• Home
  • »
  • News
  • »
  • assam
  • »
  • Student Missing: নুমলীগড়ত তিনি দিনে সন্ধান নাই এজন মেট্ৰিকত অনুতীৰ্ণ ছাত্ৰৰ। ফলাফল ঘোষণাৰ দিনাই ঘৰৰ পৰা ওলাই গৈ ঘূৰি অহা নাই।

Student Missing: নুমলীগড়ত তিনি দিনে সন্ধান নাই এজন মেট্ৰিকত অনুতীৰ্ণ ছাত্ৰৰ। ফলাফল ঘোষণাৰ দিনাই ঘৰৰ পৰা ওলাই গৈ ঘূৰি অহা নাই।

Student Missing: উচ্চ মাধ্যমিকত অনুতীৰ্ণ হোৱাৰ বাবেই  ঘৰৰ পৰা গুচি গৈছিল ছাত্ৰ জন। আজি পৰ্যন্ত ছাত্ৰজনৰ নাই কোনো সন্ধান ।

  • Share this:
হাই স্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল ঘোষণাৰ দিনৰ পৰাই  তিনি দিন ধৰি সন্ধানহীন হৈ আছে নুমলীগড় (Numaligarh)ৰ এজন ছাত্ৰ। উচ্চ মাধ্যমিকত অনুতীৰ্ণ হোৱাৰ বাবেই  ঘৰৰ পৰা গুচি গৈছিল ছাত্ৰ জন। আজি পৰ্যন্ত ছাত্ৰজনৰ নাই কোনো সন্ধান ।

৭ জুনৰ পৰাই গোলাঘাট জিলাৰ মধুবনৰ ঋষি নামৰএইজন ছাত্ৰ সন্ধানহীন (Student Missing) হৈ আছে । উল্টাজান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছিল উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত। কিন্তু পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে যুৱকজন । তাৰ পিছতে ঘৰৰ পৰা ওলাই গৈছিল  কিন্তু আজি পৰ্যন্ত  উভতি নাহিল ঘৰলৈ । ক'ত আছে, ক'লৈ গৈছে কোনো সন্ধান নাই ঋষিৰ।যাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে পৰিয়ালৰ লোক সকল।মাতৃৰ কাতৰ  আহ্বান যতেই আছে ঘূৰি আহক ঋষি।

পৰিয়ালৰ লোকে বগীজান আৰক্ষীক সন্ধানহীন হোৱাৰ  খবৰ দিছে  যদিও বৰ্তমানলৈ ছাত্ৰজনৰ কোনো শুংসূত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি