• Home
  • »
  • News
  • »
  • assam
  • »
  • মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ–পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ–পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

Source-Google

Source-Google

ছেবাই বৃদ্ধি কৰিলে মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ অনলাইন প্ৰ–পত্ৰ পূৰণৰ দিন

  • Share this:
    মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ–পত্ৰ পূৰণৰ দিন বৃদ্ধি। ছেবাই বৃদ্ধি কৰিলে মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ অনলাইন প্ৰ–পত্ৰ পূৰণৰ দিন।  ৯ নৱেম্বৰৰ পৰিৱৰ্তে ১৩ নৱেম্বৰলৈ বৃদ্ধি কৰা হ’ল এই সময়সীমা। সেইদৰে ১৪ নবেম্বৰলৈ বৃদ্ধি কৰা হ’ল চালান জেনেৰেট কৰাৰ অন্তিম সময়সীমা। ১৬ নবেম্বৰলৈকে কৰিব পাৰিব অনলাইন ‘Bank payment’।

    পূৰ্বে ১৪ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ পূৰণৰ দিন নিৰ্ধাৰণ কৰিছিল ছেৱাই। শিক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ছেৱা কৰ্তৃপক্ষই।
    First published: