কোভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষাৰ দিন। ১১ মে’ৰ পৰা অনুষ্ঠিত নহয় পৰীক্ষা। স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰিব ছেবাই।এইকথা জনালে ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।
মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাও পিছুৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 04, 2021, 12:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।