কোভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষা, জনালে SEBAৰ অধ্যক্ষই

News18 Assam | News18-Assam
Updated:May 4, 2021, 12:24 PM IST
কোভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষা, জনালে SEBAৰ অধ্যক্ষই
মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাও পিছুৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি বিয়লি ঘোষণা হ’ব চূড়ান্ত সিদ্ধান্ত।

  • Share this:
কোভিড পৰিস্থিতিৰ বাবে পিছুৱালে মেট্ৰিক পৰীক্ষাৰ দিন। ১১ মে’ৰ পৰা অনুষ্ঠিত নহয় পৰীক্ষা। স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰিব ছেবাই।এইকথা জনালে ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।

মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাও পিছুৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি বিয়লি ঘোষণা হ’ব চূড়ান্ত সিদ্ধান্ত।
Published by: Sanjay Kumar Das
First published: May 4, 2021, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি