১০ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক–হাই মাদ্ৰাছা পৰীক্ষা, SEBAই প্ৰকাশ কৰিলে পৰীক্ষাৰ সূচী

News18 Assam | News18-Assam
Updated:December 3, 2019, 2:17 PM IST
১০ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক–হাই মাদ্ৰাছা পৰীক্ষা, SEBAই প্ৰকাশ কৰিলে পৰীক্ষাৰ সূচী
১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ চলিব পৰীক্ষা। ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা।

১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ চলিব পৰীক্ষা। ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা।

  • Share this:
২০২০ চনৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ সূচী ঘোষণা কৰিলে SEBAই। সূচী অনুসৰি, ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা। প্ৰতিবাৰৰ দৰেই এইবাৰো ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব পৰীক্ষা। ১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ চলিব পৰীক্ষা। ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা।

চাওক পৰীক্ষাৰ সম্পূৰ্ণ সূচী :



First published: December 3, 2019, 2:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading