‍Breaking: ১৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত–হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফলসমূহ। ১১ বজাত ছাত্ৰ–ছাত্ৰীয়ে নিজ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। 

news18assam
Updated:May 4, 2019, 3:24 PM IST
‍Breaking: ১৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত–হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফলসমূহ। ১১ বজাত ছাত্ৰ–ছাত্ৰীয়ে নিজ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। 
news18assam
Updated: May 4, 2019, 3:24 PM IST
১৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফলসমূহ। ১১ বজাত ছাত্ৰ–ছাত্ৰীয়ে নিজ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। ছেবাৰ বৰ্ডৰ সভাত শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

SMS আৰু ছেবাৰ বিভাগীয় ৱেবছাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। এই বছৰত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱৰ্তীণ হৈছিল ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী।
আৰু চাওক পৰৱৰ্তী বাতৰি