আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল

আজিয়েই শিক্ষাৰ্থীয়ে পাব প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীট।

News18-Assam
Updated:July 31, 2019, 8:49 AM IST
আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল
FILE PHOTO
News18-Assam
Updated: July 31, 2019, 8:49 AM IST
আজি ঘোষণা কৰা হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল। www.sebaonline.org ৱেবছাইটত উপলব্ধ হ’ব ফলাফল। নিজ পৰীক্ষা কেন্দ্ৰতো শিক্ষাৰ্থীয়ে লাভ কৰিব পৰীক্ষাৰ ফলাফল। আজিয়েই শিক্ষাৰ্থীয়ে পাব প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বীট। পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৪২,৩০২গৰাকী পৰীক্ষাৰ্থী।
আৰু চাওক পৰৱৰ্তী বাতৰি