உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • HSLC-HS Exam : আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

    HSLC-HS Exam : আজিৰে পৰা আৰম্ভ হৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

    হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৪,১৯,৮৮৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী।

    • Share this:
    আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। বহু বিতৰ্কৰ পিছতো ২০২১ চনৰ পুৰণি প্ৰশ্ন কাকতেৰেই হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদে। উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।

    হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৪,১৯,৮৮৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছে মুঠ ১১,২৪৫ গৰাকী শিক্ষাৰ্থী। ৰাজ্যৰ প্ৰায় ৯০৩ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা।

    আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ২,১৫,০২২ গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ ৭৯৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা। উল্লেখযোগ্য যে এইবাৰ পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্তভাৱে ১৫ মিনিট সময় লাভ কৰিব।
    Published by:Sanjay Kumar Das
    First published: